jylliewJyotish Bhattacharayya

Jyoti Prasad Agarwala (English) [ IPA: Jyoti Prasad Agarwala ASM: জ্যোতি প্ৰসাদ আগৰৱালা]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2009-04-17
1. PersonalitiesMusicCinema(Proper Noun) Jyoti Prasad Agarwala was a playwright, songwriter, poet, writer and film maker from Assam. He is an Assamese cultural icon, deeply revered for his creative vision and output and is popularly called the Rupkonwar of Assamese culture. In fact, he is regarded as the founder of Assamese cinema for Joymati (1935). Jyoti Prasad Agarwala was born on January 17, 1903 in an Agrawal family, to Paramananda Agarwala and Kiranmoyee Agarwala in Tamulbari Tea Estate. His birthday (January 17) is celebrated as Silpi divas (Artists' Day) in his honor. Jyoti Prasad Agarwala had written around 300 songs, many of which he had set to music himself. Collectively, these songs are called Jyoti xongit. He also written five Plays. His published plays are- Sonit Kunwori, Karengar Ligiri, Lobhita, Rupalim, Nimati Konya. "Luitor Paaror Agnixur" is his only Poetry Collection. He died of cancer on January 17, 1951 at Tamulbari Tea Estate. জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ গীতিকাৰ, নাট্যকাৰ, কবি আৰু চলচ্চিত্ৰৰ প্ৰণেতা৷ অসমীয়া সংস্কৃতিলৈ তেওঁ আগবঢ়োৱা অফুৰন্ত অৱদানৰ বাবে তেওঁক “ৰূপকোঁৱৰ” হিচাপে আখ্যা দিয়া হয়৷ তেওঁ ১৯৩৫ চনত নিৰ্মান হোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰ “জয়মতী”ৰ জন্মদাতা৷ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয় ১৯০৩ চনৰ ১৭ জানুৱাৰীত তামুলবাৰি চাহ বাগানত৷ তেওঁৰ পিতৃৰ নাম পৰমানন্দ আগৰৱালা আৰু মাতৃ কিৰণময়ি আগৰৱালা৷ তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতি বছৰে তেখেতৰ জন্ম দিনটো “শিল্পী দিৱস” হিচাপে পালন কৰা হয়৷ তেওঁ ৩০০ মান অসমীয়া গীত (জ্যোতি সংগীত) ৰচনা কৰা উপৰিও পাঁচখন প্ৰকাশিত নাটক- শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, লভিতা, ৰূপালীম, নিমাতি কইনা ৰচনা কৰে৷ তেওঁৰ একমাত্ৰ কবিতাৰ সংগ্ৰহ হ’ল-“লুইতৰ পাৰৰ অগ্নিসুৰ”৷ ১৯৫১ চনৰ ১৭ জানুৱাৰীত তেখেতৰ মৃত্যু হয়৷